ৰাজসূয়ৰাজস্কন্ধ

ৰাজসূয় যজ্ঞ (Assamese) [ Roman: raj.xu.yo jo.gyo]
Contributed by: Partha P Sarmah on 2011-07-22
1. Religious-Mythological(Abstract Noun) a vedic ritual performed by a king during his coronation or by a samrat with taxes and other contributions made by subordinate kings ৰাজঅভিষেকৰ সময়ত কোনো ৰজাই কৰা বা কৰতলীয়া ৰজাক মাতি আনি তেওঁলোকৰ পৰা লোৱা কৰ আৰু বস্তুৰে কোনো কোনো মহাৰজাই কৰা এটা ডাঙৰ যজ্ঞ৷